QUOTES ON #২

#২ quotes

Trending | Latest
3 FEB 2021 AT 12:51

দীর্ঘ শীতে বসন্তের লালেরা রাগ করে গাল ফুলায় ......

গদ্য কবিতা : শীতের নকশিকাঁথা

(ক্যাপশনে গোটা কবিতা)

-


21 OCT 2021 AT 20:43


#২ ১ ২ ৪

আঁধারের মোহজালে-
জীবন ?
হৃদয় নাথ ,
ভুবন কেন ভালোবাসায় সাজালে ?

-


11 SEP 2020 AT 21:28

- হাই , মই পল । তোমাৰ নামটো জানিব পাৰো নে??
-‌ হেল্লো , মই পল্লৱী।মোৰ যদি কোনো ভুল হোৱা নাই তেন্তে আগতে সদায়ে স্কুললৈ অহা যোৱা কৰোঁতে দেখা ল'ৰা জন তুমি..
পলেও হাঁহি ক'লে - একদম ঠিক ধৰিছা তুমি, ময়েই সেই ল'ৰাজন..
এনেকৈয়ে আৰম্ভ হ'ল সিহঁতৰ কথা। পল আৰু পল্লৱী ক্ৰমাত ভাল বন্ধু হৈ পৰিল । ইজনে সিজনৰ প্ৰায় বোৰ কথাই জানে । পল অলপ খঙাল । অলপ কথাটেই তাৰ খং উঠে। তাৰ পৰিৱৰ্তে পল্লৱী কোমল মনৰ। অলপ জোৰকৈ কথা কলেই তাইৰ দুচকু সেমেকি উঠে , নিশব্দতাই গা‌ কৰি উঠে । বহুত সৰু সৰু কথাত তাই কান্দে ।‌ এককথাত ক'বলৈ গ'লে তাই পেনোৰী । দুয়োৰে বন্ধুত্ব গভীৰ হ'ব ধৰিলে। কোনোবা এজন এদিন স্কুললৈ নগলেই আনজন উত্ৰাৱল হৈ পৰিছিল। কি হ'ল কিয় নাহিল স্কুল এইবোৰেই আৰু...


( আগলৈ )

-


22 MAY 2021 AT 20:31

প্রকৃত শিক্ষার জুড়ি মেলা ভার প্রকৃত শিক্ষা একজন ব্যক্তিকে সাফল্যের চূড়ায় পৌঁছাতে
পারে।
শিক্ষার কোনো বয়স ও নেই আজীবন সাথে এবং পাশে থাকে তা পুঁথিগতই হোক
বা জীবন থেকে নেওয়াই হোক।।

🌷🦋সঙ্গীতা🦋🌷

-


19 JUL 2021 AT 18:45

#২


#অকল মৃত্যুৰ অপেক্ষাত #



আয়ানে তেওঁৰ জীৱনৰ পৰা মৰম-চেনেহ,শ্ৰদ্ধা-ভক্তি,দয়া কৰা এইবোৰক হিংসাত্মক চকুৰে চাই কাহানিবাই যমুনা নদীৰ সোতঁত বিসৰ্জন দিছিল। তেওঁৰ হৃদয়খন যেন-এতিয়া পাশান সদৃশ হৈ পৰিছে। তেওঁৰ আপোন বুলিবলে কোনো নাছিল আনকি মৰিলে নে জীৱিত আছে তাক খবৰ এটা ল'বলৈ কোনো মানু্হ নাছিল।আয়ানৰ হৃদয়কোনত উফ্ কি যে যন্ত্ৰনাদায়ক বেদনা। তেওঁৰ ঠাইত বেলেগ হোৱাহেতেঁন কিমান দিনেই যে আত্মহত্যা কৰিলে হেতেঁন। কিন্তু আয়ানে তেনে কৰা নাছিল কিয়নো তেওঁৰ হৃদয়কোনত থকা অসহিন যন্ত্ৰনাবোৰক মদেই যেন-তেওঁৰ ভাৱনাৰ সাগৰখনৰ পৰা দূৰ কৰি ৰাখিছিল। এতিয়া যেন-আয়ানৰ সেই মদৰ দোকানি নগেনেই জীৱনটোতকৈয়ো অধিকতৰ গুৰুত্বপূৰ্ণ হৈ পৰিছিল.....

(আগলৈ)

-


31 OCT 2021 AT 18:28

(২)
*যাদৱ_পায়েঙদেৱৰ_জন্মদিন*
**********************
অৱশ্যে, পিছত যাদৱ পায়েঙদেৱৰ ফটো দেখি গম
পালোঁ আধুনিক মনৰ মানুহজনে চুট-টাই পিন্ধি সাধাৰণতে গছ-গছনিৰে ভৰা ঠাইত ফটো উঠি নুফুৰে । তেওঁ ফটা গেঞ্জীৰেই কাম কৰি ফুৰে, ফটোৰ বাবে প'জ দি নুফুৰে । তেওঁৰ কৰ্মৰাজি দেখি মানুহে গৈহে ফটো তুলি আনে।
তেওঁ দেশে-বিদেশে অৱশ্যেই ভাষণ দিয়ে ।কিন্তু, ডিঙি ফুলাই সাৱলীল ইংৰাজী অথবা হিন্দীত ভাষণ দিব নোৱাৰে ।তেওঁ ভঙা ভঙা হিন্দীৰে তেওঁ কৰা কামবোৰৰ বিষয়ে কৈ যায়, মানুহবোৰে অতি মনোযোগেৰে তাকেই শুনি যায় । হয়তো, পাৰ্থক্য তাতেই প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ নোহোৱা মানুহ এজনে ভাষণ দিব লাগিলে জোৰত আৰু সাৱলীলভাৱে কব পাৰিলে ভাল ।তেতিয়া ভাষণৰ দৃঢ়তা বুজাই । যাদৱ পায়েঙদেৱেক প্ৰয়োজন নহয় ভাষা অথবা কাগজত লিখি অনা বক্তৃতাৰ ।
তেওঁৰ কামেই বহুকথা কয় ।
তেওঁ নতুন প্ৰজন্মক সপোন দেখুৱাই সেউজীয়া পৃথিৱী এখনৰ ।
✍️ মেঘালী দাস

-


3 JUL 2019 AT 9:02

খাতা-কলম-ঝোলা-দাড়ি, এসব বড়োই পুরোনো স্টাইল,
আজকাল এর ধার ধারে না, টাইম-টেকিং ডিসগাষ্টিং,
তার থেকে বাবা ফোনেই ভালো, যখন-তখন যেখানে খুশি,
লেখাগুলো হয় ডিজিটাল আর ব্যাকগ্রাউন্ড মাইন্ড ব্লোয়িং।

-


22 MAY 2021 AT 19:21

মাঝে মাঝে চিমটি কেটে দেখি নিজের গায়,
আমি বেঁচে আছি,না মরে গেছি করোনায়।

-


22 MAY 2021 AT 18:40

আলতো শ্রাবন-ভেজা ঠোঁটে দীর্ঘ অপেক্ষায় স্মিত হাসি
অভিমান ভেঙে ফিরে এসো প্রিয়, আজও আমি ভালোবাসি |

-


12 OCT 2018 AT 11:55

পুজো ১৮ #২

পুজোর মাঝে অবসরে
স্মৃতির পালে হাওয়া,
পুজো মানে এক পুজোতে
অনেক পুজো পাওয়া।

-