মতলীয়া বতাহে তাইক মোৰ ফালে উৰুৱাই আনিলে
অসীম সাহসেৰে তাই মোৰ হাতত ধৰিলে,
তাইৰ কথাই মোক উৰেনিশা শুবলৈ নিদিলে ।
নিশব্দে নীৰৱে
ময়ো
তাইক খামুচি ধৰিলোঁ।
বহুবাৰ ভাৱি শেষত যাবলৈ দিলো,
কিয়নো মাৰিম তাইৰ গাতটো মোৰেই তেজ আছিল ।
[বি.দ্ৰ.- ইয়াত কালি ৰাতি ওলোৱা মহৰ কথা কোৱা হৈছে ]
😂🤣😂
-