QUOTES ON #MAJULI

#majuli quotes

Trending | Latest
15 FEB 2021 AT 9:11

You and me
The same people on Majuli Island
The coordination was yours
And my age
At least the end of the pain
Palashi Dawar was gone
Divided
I was speechless at one point
I lost my sense of humor

-


23 JUN 2019 AT 16:46

#আজিৰ_প্ৰেমৰ_সম্পৰ্ক

স্বাৰ্থ শেষ
সম্পৰ্ক শেষ ।


Island Warrior
#Majuli

-


9 SEP 2021 AT 13:15

A tragic boat accident
In the mighty Brahmaputra
May all be rescued from death's harsh clasp.

-


24 JUN 2019 AT 15:14

"কৰ সবল আচল তোৰ প্ৰতিটো চিন্তাই ,

প্ৰতিটো খোজতে তোক আগছিব নিন্দাই"

"সময়"
#Majuli

-


13 JAN 2018 AT 20:53

Life is a game if you are an extrovert,
In the game of life you have to fight,
Fighting is boon to us.
You have been fighting since you were not born,
You won the fight to be the zygote,
You won the war to defeat millions cells,
You fought to form.
After winning all the wars of womb you came to this world
Now again you need to fight, but not the fight of violence, fight of game,
In this game you have to defeat the seven billion players of this world
To reach the horizon. You were born after a struggle and you have to struggle to live in this world.

-


17 JUN 2018 AT 22:07

जिंदगी कि सबसे बड़ी चीज़ हे "सनसनी" जिसे पाने के लिये हम अपनी दर्द भी भुल जाते हे।

-


8 SEP 2021 AT 23:02

আজি মাজুলীয়ে বৰকৈ কান্দিছে
আপুনি,মই হয়টো অনুমান কৰিব নোৱাৰো
সেই ক্রন্দনৰ ভয়াৱহতাৰ কথা

হয়টো ভুল আমাৰ দৰে এচাম মানুহৰে
যিয়ে কেইটামান টকাৰ বাবদ
নিজৰ বিবেক ভোট বিক্রী কৰি দিব পাৰে ,
পৰিৱর্তনৰ কথা কোৱা সেই মানুহবোৰেই
এতিয়া কিবা এটা হ'লেই ওলোটাই চিঞৰি উঠে,
চৰকাৰ অমুক,চৰকাৰ তমুক
আচলতে আমি কি কৰি আছো, ভুলটো কাৰ ?

দুখ লাগে সঁচাকৈ,যেতিয়া আপোন মানুহবোৰক
হেৰুৱাৰ দৃশ্য চকুৰ আগত দেখা পাওঁ,
বেয়া লাগে বিয়াৰ বাবে বজাৰ কৰিব গৈ
ফেৰীত আৱদ্ধ হৈ আপোন ঘৰখনলৈ
উভটি যাব নোৱাৰা সেই ল'ৰাকেইটালৈ...

আকৌ যে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহ'ব
তাৰ নিশ্চয়তা কোনে দিব,
আপুনি জানো দিব পাৰিব..??

-


28 MAY 2019 AT 9:11

The Tailor was spying through his spinning wheel,
The Grocer was busy in his game.
As long as the Tailor's wheel spinned he was happy.
Grocer's happiness lied in the groceries till it were green.

-


17 OCT 2020 AT 10:59

কঙাল মনেও বিহু পাতিব লাগিব । বিহু তিনিটিহে,তাকে নো এৰিম কেনেকৈ? চাকি জ্বলিলেই নহ'ব নিজৰ মনবোৰো ফৰকাল হ'ব লাগিব , পথাৰৰ আকাশ বন্তিলৈ ৰ লাগি চাই ৰং ল'লেই নহ'ব পিতাইৰ হালৰ মুঠিতো ,চৰুৰ কাষৰ চাউলৰ টিং ৰ কথা ভাবিব পৰা হ'ব লাগিব । নিজৰ উপাৰ্জনেৰে ঘৰখন তৰি ৰং ল'লে মনবোৰত সদায় বিহু বিহু লাগিব । কাতি বিহুয়ে ভোগালীক আদৰিবলৈ সাহ দিয়ক । "Happy Bihu" বুলি শুভেচ্ছা দিয়া ডাঙৰ মানুহবোৰ আমাতকৈ আগত থাকক , মুঠতে বিহুটি নমৰক🙏

-


19 JAN 2018 AT 5:57

In blue I regret the the feelings in mine,
You are still in my rivers as in lost mind.

-