আপুনি হৃদয়খন এদিনৰ বাবেহে বিচাৰিছে,
কিন্তু মই জন্ম-জন্মান্তৰ এই হৃদয় আপোনাক দিবলৈ প্ৰস্তুত।
হযতো,থাকিব পাৰে মোৰ হৃৎ প্ৰৱেশ দ্বাৰত অনুৰাগীৰ ব্যপক্ত হেঁচা-ঠেলা ,
কিন্তু মোৰ বাবে আপুনিয়েই একমাত্ৰ অনুৰাগী
আৰু আপোনাৰ বিশ্ৰম্ৰ এই হৃৎ দ্বাৰৰ জাগ্ৰত প্ৰহৰী।
-