বিহুৰ আন্তৰিকতা
বহাগক আদৰিছো,গীত মই ৰচিছো,
গছত কুলিয়ে বহি শুৱলা মাতেৰে
মন মোহিবলৈ সাজু।
অসমৰ সংস্কৃতি লৈ আনে এক বিহুৰ বতৰা।
অসমীয়া ভাষা,ৰ্ধম,জাতিৰ মাজত শুদ্ধতা
অনা অসমৰ পৰম্পৰা।
বিহুৰ বাদ্যযন্ত্ৰ ঢোল,পেঁপা,গগনাৰ
আছে নেকি ৰ্বননা?
ভাষা প্ৰভেদ,কিন্তু অসম নহয় বেলেগ।
-