কাৰো আৱেগ অনুভূতিৰ সৈতে
খেল খেলিব নালাগে!
কিয়নো মানুহ ভেদে শৰীৰ ভিন্ন হ'ব পাৰে
কিন্তু আৱেগ অনুভূতি নহয়। 💔
🌀মোহম্মদ ইছমাইল 🥀
-
मेरे विचारों को कैद नहीं कर सकते
⚖️सत्यमेव जयते⚖️
📕संविधान जिन्दाबाद📗 read more
বলা যাওঁ এখন অজান ধৰালৈ
সুখ আৰু শান্তি বুটলিবলৈ,
প্ৰেমৰ এক স্মৃতি গঢ়িবলৈ।
যত প্ৰেম হ'ব নিখুঁত
নাথাকিব অবৈধ স্পৰ্শকতা
আৰু প্ৰৱঞ্চনতা।
হাৰামৰ পৰা দূৰত্ব বোজাই ৰাখি
হালাল পথৰ পথিক হ'বলৈ।
নিখুঁত, নিভাজ প্ৰেমৰ ডংকা বজাবলৈ।
বলা যাওঁ এখন অজান ধৰালৈ।
🥀 মোহাম্মদ ইছমাইল 🥀-
✨ আল্লাহৰ পাকৰ ইৰশ্বাদ ✨
لَكُمْ دِينُكُمْ وَلِيَ دِينِ-
তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।💫
@মুছলিম যুৱ সাহস অসম-
✨ আল্লাহ পাকৰ ইৰশ্বাদ ✨
لَقَدْ خَلَقْنَا الْإِنْسَانَ فِي أَحْسَنِ تَقْوِيمٍ
নিশ্চয় আমি মানুহক অতি সুন্দৰ গঠনত সৃষ্টি কৰিছো।💫
@মুছলিম যুৱ সাহস অসম-
✨ কোৰআনৰ আয়াত ✨
وَلَلْآخِرَةُ خَيْرٌ لَكَ مِنَ الْأُولَىٰ
নিশ্চয় তোমাৰ বাবে পৰৱৰ্তী সময় পূৰ্বৱৰ্তী সময়তকৈ উত্তম।💫💫
@মুছলিম যুৱ সাহস অসম-
কোৰআনৰ আয়াত ✨🥰
فَإِنَّ مَعَ الْعُسْرِ يُسْرًا
এতেকে দুখৰ লগতেই আছে সুখ।🥰
إِنَّ مَعَ الْعُسْرِ يُسْرًا
নিশ্চয় দুখৰ লগতেই আছে সুখ।🥰
@মুছলিম যুৱ সাহস অসম-
কোৰআনৰ আয়াত✨
فَمَنْ يَعْمَلْ مِثْقَالَ ذَرَّةٍ خَيْرًا يَرَهُ
এতেকে যিয়ে অনু পৰিমাণ সত্কাম কৰিছে
সেয়া সি দেখিবলৈ পাব।
وَمَنْ يَعْمَلْ مِثْقَالَ ذَرَّةٍ شَرًّا يَرَهُ
আৰু যিয়ে অনু পৰিমাণ অসত্কাম কৰিছে
সেয়াও সি দেখিবলৈ পাব।
@মুছলিম যুৱ সাহস অসম-
সত্যবাদীৰ উদাহৰণ লাগিলে আবু বক্ৰ ৰাঃ ক চোৱা।
ন্যায়ৰ উদাহৰণ লাগিলে উমৰ ৰাঃ ক চোৱা।
দানশীলতাৰ উদাহৰণ লাগিলে উছমান ৰাঃ ক চোৱা।
বীৰত্বৰ উদাহৰণ লাগিলে আলী ৰাঃ ক চোৱা।
আৰু
ধৈৰ্যশীলতাৰ উদাহৰণ লাগিলে বিলাল ৰাঃ ক চোৱা।
@মুছলিম যুৱ সাহস অসম
-
হজৰত উমৰ ফাৰুক (ৰাঃ)ৰ বীৰত্ব জানিবলৈ ইমানখিনি যথেষ্ঠ যে -
আজি যি প্ৰথম ক্কিবলা বাইতুল মোকাদ্দছ ৫৭খন মুছলিম দেশে নতুন অস্ত্ৰ শস্ত্ৰৰ থকা স্বত্বেও স্বাধীন কৰিব পৰা নাই।
সেই বাইতুল মোকাদ্দছ হজৰত উমৰ ফাৰুক (ৰাঃ) ই যুদ্ধ অবিহনে অকলে স্বাধীন কৰিছিল।।।
❤️ আল্লাহু আকবাৰ ❤️
@মুছলিম যুৱ সাহস অসম-