এতিয়া মাথো দেহৰ মৃত্যুলৈ বাট চাই আছোঁ !
মনৰ মৃত্যু বহু দিনতেই হ'ল-
অসমীয়া মোৰ
প্ৰথম পৰিচয়....
🙏 জয় আই অসম 🙏
মৰি যোৱা জনৰ বাবে কান্দিবলৈ
হাজাৰ জন পাবা
কিন্তু যি জীয়াই আছে তেওঁক বুজিবলৈ
এজনো নোপোৱা-
সম্পর্ক বন্ধুত্ব হওঁক বা
ভালপোৱা
জীয়াই ৰখাৰ দায়িত্ব
দুয়োজনৰ-
সকলো ল’ৰা যদি বেয়া হ’লে হয় !
তেতিয়া হলে “দেউতা” নামৰ
শব্দতোৰ অৰ্থ নাথাকিল হৈ....-
বন্ধুত্ব কেতিয়াও বিশেষ লোকৰ
লগত হৈ নাযায়,
যাৰ লগত বন্ধুত্ব হৈ যায় তেওঁয়েই
আমাৰ বাবে বিশেষ হৈ পৰে ।-
সকলোৱে কৈ আছে কি
হ’ল জীৱ শ্রেষ্ঠ । আৰে
ভাই মানুহক কোনটো
ফালৰ পৰা জীৱ শ্রেষ্ঠ
যেন লাগে । জীৱ শ্ৰেষ্ঠ
হলে আজি ইমান হত্যা,
ধর্ষণ, হিংসা কৰ পৰা হ'ব
পাই আছে । সেযেহে
আমি নিজকে শ্রেষ্ঠ
কোৱাৰ কোনো অধিকাৰ
নাই ।-
মই কাকো বেয়া নাপাওঁ,
কাৰণ মই নিজেই বেয়া
মই অকল ভাল পাবহে জানাে
কাৰণ কোনেও মােক ভাল নাপাই
মই সকলােকে বুজি পাওঁ
কিন্তু মােক কোনেও বুজি নাপাই..!!
মই সকলােৰে দুখৰ সমভাগি হওঁ
কিন্তু মােৰ দুখৰ সমভাগি কোনেও নহয়-
হাঁহি আছোঁ
কাৰণে নাভাবিবা
সূখত আছোঁ বুলি
হাঁহিৰ আৰতে দূখ
থাকে....
এবুকু বিষাদ
লুকুৱাবলৈ
হৃদয়খন এনেদৰে
পাকৈত হৈ উঠে....।-
সঁচা বন্ধুত্ব
বিছাৰি পােৱাটো সঁচাকৈ বহুত কঠিন
তাতকৈ কঠিন বন্ধুত্ব ভাঙি দিয়া
আৰু অসম্ভৱ হৈ পৰে এই বন্ধুত্ব পাহৰি যােৱা-
জীৱনত কাক
কেতিয়া কেনেকৈ
প্রয়ােজন হয়
কোনেও নাজানে,
গতিকে সকলােৰে
সৈতে
ভাল ব্যৱহাৰ কৰিব
শিকিব লাগে।-