Babita borah   (Kuki... ফুলেৰে ভৰপূৰ এটা খৰাহি)
57 Followers · 34 Following

Happy always
Joined 1 January 2018


Happy always
Joined 1 January 2018
8 JAN 2023 AT 13:28

যি অতীতে তোমাক মাথোঁ যন্ত্ৰণা দিয়ে, সেই অতীতক বুকুত কঢ়িয়াই লৈ ফুৰাৰ অৰ্থ নাই

তুমি সুখীনে অৰুণাভ

-


1 JAN 2023 AT 0:55

Paid Content

-


1 MAR 2022 AT 23:16

मै कैसे कहू की उसका साथ कैसा है, वो एक शख्स पुरे कायनात जैसा है

-


1 MAR 2022 AT 22:52

मै कैसे कहू की उसका साथ कैसा है, वो एक शख्स पुरे कायनात जैसा है

-


1 MAR 2022 AT 22:27

मै कैसे कहू की उसका साथ कैसा है, वो एक शख्स पुरे कायनात जैसा है

-


6 DEC 2021 AT 18:20

নতুন বছৰৰ শুভকামনাৰে

-


13 AUG 2020 AT 0:07

চিগাৰেটৰ পৰা কুণ্ডলী পকাই
ধোঁৱা উৰোৱাই দিয়াটোও
এটা কলা,
যদিওবা তাত লিখা থাকে
মৃত্যুৰ ঠিকনা।।

*ববিতা*

-


11 AUG 2020 AT 22:09

বন্ধু,
তোৰ ব্যস্ততাক কাটি কৰি
আহিবি এদিন মোৰ চহৰলৈ,
যদিওবা মোৰ নাই ধনৰ ভঁৰাল
হৃদয় কিন্তু মোৰ আজিও টনকিয়াল।
তোক উপহাৰ দিম এটা উমাল সন্ধিয়া
মা কছম, কথা দিছো তোক
নিঃশেষ হৈ যাব তোৰ বিষাদগ্ৰস্ততা।।
ফেচবুক হোৱাটচ আপত আৰু
কিমান হায় হেল্ল',
এদিন আহ না.....হেপাঁহ পলুৱাই
কটাওঁ এটা জীপাল সন্ধিয়া,
জমাই তোলোঁ আমাৰ পৌৰাণিক আড্ডা।
নষ্টালজিয়াৰ পৃথিৱীত কটাম একলগে অকণমান।।
হতাশাক আঁকোৱালি লৈ
হেৰাই যোৱাৰ কথা নকবি বন্ধু,
মই এতিয়াও জীয়াই আছো তোক লগ পোৱাৰ আপাহত।।
মাথোঁ এবাৰ আহ মোৰ চহৰলৈ , বিদ্যা কৈছো
আজুৰি আনিম তোৰ বিষাদগ্ৰস্ততাক
কবৰ দি দিম তোৰ হতাশাক
জীয়াই তুলিম তোক পুনৰ এবাৰ
কিন্তু....
কিন্তু বন্ধু চৰ্ত এটাই
তাত কোনো চেল্ফিৰ স্থান নাথাকিব
আমাৰ অৱস্থান হ'ব এইবোৰৰ পৰা বহুত দূৰত
আৰু আমাৰ মোবাইল থাকিব চুইচ অফ মুডত।।

-


1 AUG 2020 AT 21:49

আপুনি পত্নী, পুত্ৰী, মাতৃ, ভগ্নী যিয়েই নহওঁক, কিন্তু মনত ৰাখিব এই সকলোৰে ঊৰ্ধত আপুনি এগৰাকী নাৰী। আপুনি সৃষ্টিৰ মূল, আপুনিয়ে ধ্বংসৰো মূল। আপুনি মহাভাৰতী হওঁক। পিছে পাঁচজন পুৰুষৰ পত্নী হৈ নহয়, পাঁচজন পুৰুষৰ পৰা সন্মান লৈ। এটা কথা মই ভাবোঁ, আপুনিয়েই শক্তি, আপুনিয়েই শান্তি, আপুনিয়েই মাতৃ, আপুনিয়েই ধৰিত্ৰী। আপুনি নাৰী যুগজয়ী

মহাভাৰতী

-


12 JUL 2020 AT 23:23

যাক তুমি ভালপোৱা তাক বান্ধি ৰাখিবলৈ চেষ্টা নকৰিবা কেতিয়াও। ভালপোৱাই কোনো বান্ধোন সহিব নোৱাৰে। কোনো বান্ধোনে ধৰি ৰাখিব নোৱাৰে তোমাৰ ভালপোৱাক। প্ৰেম, ভালপোৱা সদা মুক্ত। তাক মুক্ত হৈয়ে থাকিবলৈ দিয়া।

#ভালপোৱাৰ_এপিটাফ

-


Fetching Babita borah Quotes